কাঠী কাথি

কাঁথি, কাথি,


কাঁথি- ঘৰৰ বেৰৰ বাহিৰে বঢ়োৱা চালৰ তলৰ ঠাই, পিৰালি।

কাঠী- কাঠ বা বাঁহৰ চেপেটা শলা, জন বা জনী। যেনে- এই কাঠী কম নহয়। দুৱাৰ আদি খোলা-মৰা যতন।

কাথি- ঘৰৰ বেৰৰ বাহিৰে বঢ়োৱা চালৰ তলৰ ঠাই, পিৰালি।
----------------------------------------------------------------------

Post a Comment

0 Comments