চাল, ছাল,

চাল, ছাল,


চাল



চাল- ঘৰৰ ওচৰৰ আচ্ছাদ, চাউল, চন, নীলা কাউৰী, স্বৰ্ণচূৰ পক্ষী।

ছাল- চৰ্ম, বাকলি, গছ বা জন্তুৰ গাৰ স্বাভাৱিক ঢাকনী।

ছাল- সূৰ্য, ৰবি।

ছাল- দিন।

Post a Comment

0 Comments