ঘট

ঘঁট, ঘট,


ঘঁট- ঘঁৰিয়ালৰ ঠোঁটৰ উঠঙা, মানুহৰ ডিঙিৰ আগফালৰ উঠঙা, ঘঁটিকা।

ঘট- ঘট, টেকেলি, মাটিৰ সৰু পানী থোৱা পাত্ৰ।

ঘট- কাৰ্য হ, হৈ পৰ, সিদ্ধ হ। যেনে- কি যে ঘটনা ঘটিল?

ঘট- উপাৰ্জন কৰ। যেনে- সি ব্যৱসায় কৰি কিছু ধন ঘটিছে।ঘট- জীৱ থকা বস্তু, আকাৰ।

Post a Comment

0 Comments