ঘোঁৰা

ঘোঁৰা, ঘোৰা,



ঘোঁৰা



ঘোঁৰা  অশ্ব, এবিধ জন্তু, মানুহ উঠা আৰু ৰথ আদি টনোৱা এবিধ চাৰিঠেঙীয়া জন্তু।

ঘোঁৰা  মিস্ত্ৰীয়ে ওখ ঠাইত কাম কৰিবলৈ সাজি লোৱা চাৰি খুঁটাৰে এক সঁজুলি।

ঘোঁৰা বন্দুকৰ যি অংশ আঙুলিৰে টানি গুলী ফুটোৱা হয়- সেই অংশ।

ঘোৰা  ভিৰা, ভাঁজ লগা। যেনে- বাঁহৰ আগটো ঘোৰা। আগৰ মত এৰুৱাই আন মতলৈ অনা। যেনে-                     ইমানকৈ কৈ-মেলিও তেওঁক ঘোৰাব নোৱাৰিলোঁ।

ঘোৰা ৰাতি।


Post a Comment

0 Comments