উট্-উঠ্-উদ
উট্- এবিধ জন্তু, পানীৰ ওপৰেৰে ভাহি যোৱা। যেনে- উটি যা ৰূপালী নাওঁ---
উঠ- থিয় হ, আৰোহণ কৰ্, উদয় হ্। যেনে- ৰমেশ তই গছত উঠ।
উদ- দেখাত নেউলৰ দৰে পানীত থকা আৰু মাছ খোৱা জন্তু। যেনে- উদক ভেঁটা ৰখীয়া পতা মজা পালি ?
Literature
হীৰেন ভট্টাচাৰ্য আধুনিক অসমীয়া কবিতাৰ এগৰাকী প্ৰসিদ্ধ কবি হ'ল হীৰেন ভট্…
0 Comments
Please do not enter any spam link in the comment box.