ক'লা, কলা,
ক'লা- আন্ধাৰ বৰণীয়া। যেনে- ক'লা কাপোৰ পিন্ধা মানুহজন দেখিলেই ভয় লাগি যায় !
কলা- চন্দ্ৰমণ্ডলৰ ষোল্ল ভাগৰ এভাগ।
কলা- কাণেৰে নুশুনা মানুহ।
কলা- এবিধ গছ, কল। যেনে- আগলতি কলা পাত লৰে কি চৰে চিলনী আই মোৰ আগতে পৰে।
কলা- বিদ্যা। যেনে- ৰমেনে কলা শাখাত নাম লগাইছে।
কলা- দেহকোষৰ সমষ্টিক কলা বোলে।
0 Comments
Please do not enter any spam link in the comment box.