গৰ

গড়, গঁড়


গঁড়/গঁৰ- খড়্গ থকা এবিধ তৃণভোজী জন্তু।

গড়- কোঁঠ, কিল্লা,ইটা,মাটি বা কাঠৰ শকত আৰু ওখ বেষ্টন।

গড়/গৰ- কোনো বস্তুৰ তলত পাৰি দিয়া গোটা কাঠ বা বাহঁ।

গড়- একেজাতীয় একাধিক সংখ্যাৰ মধ্যক। যেনে- গড় উলিওৱা।গড়- গৰৈ মাছ, পৰ্দা।


গঁড়


Post a Comment

0 Comments