গ'ল, গল,

গ'ল, গল,


গ'ল- যোৱ, ঠাই এৰা, অতীত। যেনে- গ'ল কথা গুচিল হোৱা কথা হৈ গ'ল।

গল- পমি যা, জুলীয়া হ,।

গল- কন্ঠ, টেটু।

গল- ফুটবল, হকী আদিত নিৰ্দিষ্ট খুঁটা দুটাৰ মাজেৰে বৰ সুমুৱাই দিয়া কাৰ্।

Post a Comment

0 Comments