গাত

গাঁত,গাত,


গাঁত, গাঢ়া- খাল, মাটি গুচাই দ-কৰা ঠাই। যেনে- গাড়ীখন দ-গাঁতত সোমাই উঠিব নোৱাৰা হ'ল।

গাত- দেহত, শৰীৰত। যেনে- ল'ৰাটোৰ গাত ভীষণ জ্বৰ।

Post a Comment

0 Comments