গিৰি, গিৰী
গিৰি- পৰ্বত,
গিৰি- বৃত্তি, কাৰ্য, পন্থা আদি অৱলম্বন কৰা অৰ্থত শব্দৰ পাচত যুক্ত হয়। যেনে- নেতাগিৰি, কেৰাণীগিৰি।
গিৰি- ধনী লোক।
গিৰি- নাই, কোনো বস্তু নথকা অৰ্থত।
গিৰি- চকুৰ বেমাৰ, প্ৰসিদ্ধ সন্যাসীক অৰ্পণ কৰা এটা সন্মানজনক উপাধি। যেনে- আনন্দগিৰি আদি।
গিৰী- গৃহস্থ মানুহ, গৰাকী, পতি, স্বামী, অধিকাৰ।

0 Comments
Please do not enter any spam link in the comment box.