কোন দেশে যাবি
আমাৰ দেশে যাবি শাল্কী
আইকে লাগ পাবি।
অ' শাল্কী অ'
শাওণ মেই্হা বানপানী
থিয়াই নথৈ চৰি
অ' চাইনাৰ তলত উইলে দিলাক
পৰৰ অধীন কৰি।
অ' শাল্কী অ'
বাইহ্ৰাৰ ছয়মাহ নিবা নৰে
নদী ভৰা পানী
অ' খৰলিৰ ছয়মাহ নিবা নৰে
ধূলা উৰৈ বুলি।
অ' শাল্কী অ'
দাদাৰ আগত কবি শাল্কী
মোকে নিবা আইভো
বৌৰ আগত কবি শাল্কী
চিৰা খুন্দি থব
অ' শাল্কী অ'
ভাতে ৰান্ধি পদুলিতে
আই থাকবো চাই
অ' কোনদিনা আইভো মোৰ
পৰ ঘৰি আই।
0 মন্তব্যসমূহ