অ' পখি ৰৈয়া যা ৰে

অ' পখি ৰৈয়া যা ৰে

অ' পখি ৰৈয়া যা ৰে
অ' পখি ৰৈয়া যা ৰে
পখি ৰৈয়া যা ৰে
আমাৰ চিত্তৰ কথা
কৈয়া যা ৰে
পখি ৰৈয়া যা ৰে।


শেঠেলি পৰ্বতৰ মাজে
পক্ষীৰাজৰ বাহাৰ
ডাল-ডুল ভাঙি গেল মোৰ
বৃক্ষ ৰৈলা আশা
পখি ৰৈয়া যা ৰে


উৰি গৈলা পক্ষীৰাজ
অ' মোৰ নাযৈ বহু দূৰ
আৰ ঘুৰিয়া ঘুৰিয়া পৰে
নিৰঞ্জণৰ পুৰ
পখি ৰৈয়া যা ৰে


নিৰঞ্জণৰ পুৰত পখি
শয্যা সাত-খান
আৰ গণিয়া পিতিয়া চাবা
ইয়াৰ পৰিমাণ
পখি ৰৈয়া যা ৰে
---------------------

Post a Comment

0 Comments