কটা, কতা,
কটা- ছেদন কৰা। যেনে- গছ কটা মানুহদুজনক মাতাচোন ?
কটা- নিন্দা কৰা মাত। যেনে- কটা নিধক্ ইমানতো লাজ নহ'ল ?
কটা- সময় অতিবাহিত কৰা। যেনে- অবাবত সময় কটাই একো লাভ নাই !
কটা- কেৰ্কেটুৱা।
কটা- দৈ থোৱা মলাৰ নিচিনা পাত্ৰ।
কতা- গাখীৰ থ'বলৈ অনা মাটিৰ পাত্ৰ। যেনে- কতাটো কোনে ভাঙিলা ?

0 Comments
Please do not enter any spam link in the comment box.