কাচি

কাঁচি, কাচি

কাঁচি- গোট মাৰিবলৈ ধৰা, লৈ হ'বলৈ ধৰা, পুৰঠ নোহোৱা। যেনে- কাঁচি জোন।

কাচি- ধান দোৱা কটাৰী, প্ৰভু ল'ৰা-ছোৱালীৰ ডিঙিত মেৰিয়াই দিয়া কাপোৰ।
-------------------------------------------------------------------------------------

Post a Comment

0 Comments