যাদৱ যদুনন্দন
।। শৰণ ।।
ইবাৰ কৰুণাময় হৰি কমলাপতি
মোৰে নছাড়িবা নাৰায়ণ।
অৰুণ চৰণ তলে হৰি কমলাপতি
সত্যে সত্যে পশিলো শৰণ।। ৬৮৫
হৰি চৰণত শৰণ লৈলো এ হৰি নাৰায়ণ।
মানৱী জনম সাম্ফল কৈলো এ হৰি নাৰায়ণ।। ৬৮৬
গোপাল গোৱিন্দ যদুনন্দন।
কৃষ্ণৰ চৰণে লৈলো শৰণ।। ৬৮৭
ৰাঘৱৰ আভয় চৰণে।
সত্যে সত্যে পশিলো শৰণে।। ৬৮৮
ৰামৰ চৰণে শৰণ লৈলো ।
মানৱী জনম সাম্ফল কৈলো।। ৬৮৯
হৰি ও হৰি চৰণে লাগো।
অভয় চৰণে শৰণ মাগো।। ৬৯০
ৰাম ৰঘুপতি ৰঘুনন্দন।
তোহ্মাৰ চৰণে লৈলো শৰণ।। ৬৯১-----------------------------------------------------
মুদ্ৰক- প্ৰশান্ত শইকীয়া।
যাদৱ যদুনন্দন মাধৱ মধুসূদন।
তুমি নিত্য নিৰঞ্জন নাৰায়ণ
তোমাতে লৈলো শৰণ।।
তুমি নিত্য নিৰঞ্জন নাৰায়ণ
তোমাতে লৈলো শৰণ।।
ইবাৰ কৰুণাময় হৰি কমলাপতি
মোৰে নছাড়িবা নাৰায়ণ।
অৰুণ চৰণ তলে হৰি কমলাপতি
সত্যে সত্যে পশিলো শৰণ।। ৬৮৫
হৰি চৰণত শৰণ লৈলো এ হৰি নাৰায়ণ।
মানৱী জনম সাম্ফল কৈলো এ হৰি নাৰায়ণ।। ৬৮৬
গোপাল গোৱিন্দ যদুনন্দন।
কৃষ্ণৰ চৰণে লৈলো শৰণ।। ৬৮৭
ৰাঘৱৰ আভয় চৰণে।
সত্যে সত্যে পশিলো শৰণে।। ৬৮৮
ৰামৰ চৰণে শৰণ লৈলো ।
মানৱী জনম সাম্ফল কৈলো।। ৬৮৯
হৰি ও হৰি চৰণে লাগো।
অভয় চৰণে শৰণ মাগো।। ৬৯০
ৰাম ৰঘুপতি ৰঘুনন্দন।
তোহ্মাৰ চৰণে লৈলো শৰণ।। ৬৯১
মুদ্ৰক- প্ৰশান্ত শইকীয়া।
0 Comments
Please do not enter any spam link in the comment box.