আৰ | আঁৰ |

আঁৰ, আৰ্, আ-ৰ,


আঁৰ- ভাঁজ থকা, বেকা। যেনে- খুটাটোত আঁৰ আছে।

আঁৰ- ঢাকনী। যেনে- আঁৰ-কাপোৰ।

আৰ- আৰু। যেনে- তোৰ আৰ কাম নাই?

আৰ- ঝুম খেতি।

আৰ- সৰ্ব, এওঁৰ।

আ-ৰ- দেউৰীসকলে জেশাহুৱেকক কৰা সম্বোধন।

Post a Comment

0 Comments