সময় অ' ৰৈ যা এবাৰ
কবি- চন্দনা মজুমদাৰ
অ' সময় ৰৈ যা এবাৰ.........
অ' সময় ৰৈ যা এবাৰ.........
মাথো এবাৰ..........
তোৰ বুকুত ডিঙা মেলি দিও
আকৌ এবাৰ
হেৰাই যোৱা
প্ৰটিটো পল বিচাৰি..........
অ' সময় ৰৈ যা এবাৰ
মাথোঁ এবাৰ ৰৈ যা!
সময় অ' ৰৈ যা এবাৰ.....
0 Comments
Please do not enter any spam link in the comment box.