কলি,কলী
অসমীয়া ভাষাত ব্যৱহাৰ হোৱা একে উচ্চাৰণৰ আন দুটা শব্দ হ'ল "কলি" আৰু "কলী"।
কলি- কলি শব্দই প্ৰধানত ফুলৰ কলি আদিক বুজায়। যেনে - "নাহৰৰে কলি দেখিছানে নাই? তোমাৰ চকূ যুৰি দেখোন তেনেকুৱাই ।"
কলী- কলী শব্দটো এটা স্ত্ৰী-লিংগবাচক শব্দ। ই ক'লা বৰণৰ ছোৱালী, জীৱ-জন্তু আদিক বুজায়। যেনে-
কলী গাই, কলী আপী ইত্যাদি।

0 Comments
Please do not enter any spam link in the comment box.