সম অধিকাৰ

অণুগল্প

সম অধিকাৰ

           মই ওলাই যাম, হা ? মই ওলাই যাম ? কি বুলি ভাবিছে, আপুনি ? তিলোত্তমা মই, দস্তুৰমত বিয়া হৈ আহিছো ! মাটি-বাৰী, সা-সম্পত্তি যত যি আছে সমানে দুভাগ কৰিহে যাম ! কি বুলি ভাবিছে ? ওলাই যা বুলি কʼলেই ওলাই যাম ?
----------------------------------------------------------------------------------------------------------------
প্ৰশান্ত

Post a Comment

0 Comments