সপোন

            সপোন

দেখা নাই মইকাহানিও তোমাক
বৰ মন যায় জানা?
তোমাক এবাৰ চাবলৈ!
ময়ো চোন দেখো
তোমাৰে সপোন
ভাবো জানোচা অন্ধৰ
সপোনৰ কিবা মূল্য আছে?

Post a Comment

0 Comments