তাঁত-শালৰ সঁজুলি

তাঁত-শালৰ সঁজুলি




১/ বান্দৰী,

২/ চালিমাৰি,

৩/ জখলা মাৰী বা চতিবাৰি,

৪/ নাচনী,

৫/ টোলোঠা ধৰা জৰী,

৬/ নাচনী জৰী,

৭/ কাণমাৰি,

৮/ তাঁতৰ খুঁটি,

৯/ সূতা টোলোঠা,

১০/ বান্দৰী জৰী,

১১/ ব,

১২/ দোপ'তি,

১৩/ বলাবাৰি,

১৪/ ৰাঁচ,

১৫/ কাপোৰ টোলোঠা,

১৬/ দাঙিমাৰি, বুৰুক-মাৰি, জুলেথি,

১৭/ গৰকা জৰী, তল্ ধৰা,
 
১৮/ তাঁতৰ পাট্, তল্ ধৰা চাং, বহুনা

১৯/ গৰকা,

২০/ বহুনা খুঁটি

বি. দ্ৰ. তথ্য হেমকোষৰ পৰা সংগৃহীত।
--------------------------------------------------------------------------------------------------------

Post a Comment

0 Comments